Saturday 22 September 2012

এৰি থৈ অহা মোৰ ঐ

গান: এৰি থৈ অহা মোৰ ঐ
এলবাম: চিনাকি অচিনাকি
গায়্ক: অনগৰাগ মহন্ত
এৰি থৈ অহা মোৰ ঐ
লুইতৰ পাৰৰে ঐ
শুৱনী গাও খনিৰ, সোণ শুৱৰণী
কেনেকৈ পাহৰো মই ঐ
মোকে চোন মাতে ৰৈ ৰৈ
মোকে চোন মাতে ৰৈ ৰৈ

এৰি থৈ অহা মোৰ ঐ
লুইতৰ পাৰৰে ঐ
শুৱনী গাও খনিৰ, সোণ শুৱৰণী
কেনেকৈ পাহৰো মই ঐ
মোকে চোন মাতে ৰৈ ৰৈ

কিমান সহজ আছিল, কিমান যে মোহনীয়া
কিমান যে প্ৰীতিৰ সেই নৈ,
প্ৰেমৰ দাপোনখনিত, উজলাই জীৱন ছবি
কৈছিল আগুৱাবলৈ
আহিলো বহুদুৰ, বহুদুৰ আহিলো
আশা সপোনৰ পথ, ক'ত বাটকুৰি বাই
আই ঐ! জানো পামনে উভতি গৈ

শুৱনী গাও খনিৰ, সোণ শুৱৰণী
কেনেকৈ পাহৰো মই ঐ
মোকে চোন মাতে ৰৈ ৰৈ

আইৰ যে কোলাত আকৌ
উমলিম এইবেলি, ল'ৰালি দুনাই ঘুৰাই লৈ
আইৰে মুখত শুনিম, সুমধুৰ নিচুকনি
ভাগৰ মোৰ পলুৱাম গৈ
দেখিলো পথ, পথৰ শেষতে আই
[http://axomiya-lyrics.blogspot.in/ ]
আপোন পদুলিতে আছে হাই বাটচাই
আই ঐ! যেন যামেগৈ উধাতু খাই

শুৱনী গাও খনিৰ, সোণ শুৱৰণী
কেনেকৈ পাহৰো মই ঐ
মোকে চোন মাতে ৰৈ ৰৈ

এৰি থৈ অহা মোৰ ঐ
লুইতৰ পাৰৰে ঐ
শুৱনী গাও খনিৰ, সোণ শুৱৰণী
কেনেকৈ পাহৰো মই ঐ
মোকে চোন মাতে ৰৈ ৰৈ
মোকে চোন মাতে ৰৈ ৰৈ

No comments:

Post a Comment

Post Comment Using Your Facebook Account